chromium/components/strings/privacy_sandbox_strings_as.xtb

<?xml version="1.0" ?>
<!DOCTYPE translationbundle>
<translationbundle lang="as">
<translation id="2252052615723281030">যেতিয়া আপুনি Chromeত ছাইন ইন কৰে, এই ছেটিংটোৱে আপোনাৰ আইপি ঠিকনা ব্যক্তিগত কৰি ৰখাত সহায় কৰে। Chromeএ কোনো ছাইটে আপোনাক ট্ৰেক কৰি থাকিব পাৰে বুলি সন্দেহ কৰিলে, আপোনাৰ কিছুমান ট্ৰেফিক গোপনীয়তাৰ ছাৰ্ভাৰৰ জৰিয়তে পঠিওৱা হ’ব পাৰে।</translation>
<translation id="33479675708419823">যেতিয়া আপুনি Chromeত ছাইন ইন কৰে, এই ছেটিংটোৱে আপোনাৰ আইপি ঠিকনা ব্যক্তিগত কৰি ৰখাত সহায় কৰে। Chromeএ কোনো ছাইটে আপোনাক ট্ৰেক কৰি থাকিব পাৰে বুলি সন্দেহ কৰিলে, আপোনাৰ কিছুমান ট্ৰেফিক গোপনীয় চাৰ্ভাৰৰ জৰিয়তে পঠিওৱা হ’ব পাৰে। <ph name="LINK_BEGIN" />IP সুৰক্ষাই কেনেদৰে কাম কৰে<ph name="LINK_END" /> সেই বিষয়ে অধিক জানক</translation>
<translation id="3529311220178827364">আপোনাৰ আইপি ঠিকনা লুকুওৱাৰ বিষয়ে অধিক জানক</translation>
<translation id="4301151630239508244">বিজ্ঞাপনৰ বিষয়বস্তু হৈছে বিজ্ঞাপন ব্যক্তিগতকৰণ কৰিবলৈ ছাইটসমূহে ব্যৱহাৰ কৰিব পৰা বহুতো বস্তুৰ মাজৰ এটা। বিজ্ঞাপনৰ বিষয়বস্তু অবিহনেও ছাইটসমূহে আপোনাক তথাপি বিজ্ঞাপন দেখুৱাব পাৰে, কিন্তু সেয়া কম পৰিমাণে ব্যক্তিগতকৰণ কৰা হ’ব পাৰে। <ph name="BEGIN_LINK_1" />আপোনাৰ বিজ্ঞাপনৰ গোপনীয়তা পৰিচালনা কৰা<ph name="END_LINK_1" />ৰ বিষয়ে অধিক জানক।</translation>
<translation id="4598427486995631491">আপোনাৰ আইপি ঠিকনা লুকুৱাওক</translation>
<translation id="6371812158043974664">যেতিয়া আপুনি Chromiumত ছাইন ইন কৰে, এই ছেটিংটোৱে আপোনাৰ আইপি ঠিকনা ব্যক্তিগত কৰি ৰখাত সহায় কৰে। Chromiumএ কোনো ছাইটে আপোনাক ট্ৰেক কৰি থাকিব পাৰে বুলি সন্দেহ কৰিলে, আপোনাৰ কিছুমান ট্ৰেফিক গোপনীয় চাৰ্ভাৰৰ জৰিয়তে পঠিওৱা হ’ব পাৰে। <ph name="LINK_BEGIN" />IP সুৰক্ষাই কেনেদৰে কাম কৰে<ph name="LINK_END" /> সেই বিষয়ে অধিক জানক</translation>
<translation id="7040031291654706261"><ph name="BEGIN_LINK" />IP সুৰক্ষাই কিদৰে কাম কৰে<ph name="END_LINK" /> জানক</translation>
</translationbundle>